#sabarimala

MOST RECENT

পৰম্পৰা ধৰি ৰাখিবলৈ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতাৰে আত্মহত্যাৰ চেষ্টা মহিলাৰ
.
.

কেৰালাৰ সৱৰিমালা মন্দিৰ বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সৱৰিমালা মন্দিৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইফালে মঙলবাৰে তিৰুৱানন্তপুৰমত এগৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি চিপ লৈ আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখ্য যে, পৰাম্পৰাগত নিয়ম অনুসৰি কেৰালাৰ তিৰুৱানন্তপুৰমত অৱস্থিত সৱৰিমালা দেৱী মন্দিৰত ১০ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাৰ প্ৰৱেশত প্ৰতিবন্ধকতা লগোৱা আছে। এই সম্পৰ্কত এক ৰাজহুৱা আবেদনৰ ভিত্তিত ২৮ চেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে যিহেতু মন্দিৰ এক ৰাজহুৱা সম্পত্তি, গতিকে ইয়াত মহিলাৰ প্ৰৱেশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি লিংগ বৈষম্যৰ সৃষ্টি কৰাটো অনুচিত।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে মন্দিৰৰ পৰম্পৰা ভংগ কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মহিলাসকল ৰাজপথলৈ ওলাই আহি ‘আমি মন্দিৰত প্ৰৱেশ কৰিবলৈ ৫০ বছৰলৈ অপেক্ষা কৰিম’ শ্ল’গানেৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ বিৰোধিতা কৰে।
#asomiyapratidin
#assamesenews
#assamesedaily #kerala #sabarimala #temple #savesabarimala #supremecourt #justice #socialnews #instafollow #instastory #instanews #guwahati #mediahouse #assam

Taking advantage of Article 19 of Indian Constitution....Giving you guys the absolute freedom to either support or refute.... Every response will be happily accepted...!!! 😊😊😎 Anyway do share ur responses in the comments.. 🤗🤗🤗🤗❤
#sabarimala #kerala # culture #article19 #express #support #refute #comment #humanities

Women Devotees Stopped From Sabarimala Darshan!Vijaya - ##thatisymagazine#thatisy #sabarimala #sabarimaladarshan #politicalnews #toptrending

Police forcefully removed the protesters and dismantled the panthal by agitators at Nilakkal in Sabarimala on Wednesday morning. Express photo by B P Deepu.
#sabarimala #sabarimalatemple #sabarimalaverdict #sabarimalatempleverdict #sabarimalaprotest #keralam #godsowncountry #kerala #keraladiaries #thenewindianexpress #newsoftheday #newsphotography #nilakkal #sabarimalashrine

Save sabarimala🐅⛰️
#click by #vipindasp #sabarimala

Save sabarimala🐅⛰️
#click by #vipindasp #sabarimala

Save sabarimala🐅⛰️
#click by #vipindasp #sabarimala

Save sabarimala🐅⛰️
#click by #vipindasp #sabarimala

Save sabarimala🐅⛰️
#click by #vipindasp #sabarimala

Save sabarimala🐅⛰️
#click by #vipindasp #sabarimala

Sabrimala Dhothi from Ekatva Collections
Available with three border colours.

DM for price and orders

Good quality Dhothi available for Bulk orders.

Free shipping in India

#sabarimalai #sabarimalayatra #sabarimala #sabarimalatemple #ayyapan #ayyappaswami #ayyapaswamitemple #sabarimala dothi #sabarimala mundu #ayyapaswami #lordayyappa #lordayyapan #lord #iyyappan #ayyappaswamytemple
#swamisaranam

നീയൊക്കെ കൂടി എന്നെ... 😑😑😑 #icuchalu #currentaffairs #sabarimala

Credits : Sreejith R Mohan
©ICU

Most Popular Instagram Hashtags